Jump to content
Wikimedia Meta-Wiki

মেটা:বেবীলন

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Meta:Babylon and the translation is 100% complete.
Other languages:
BABYLON
the Wikimedia translators' portal/noticeboard
Babylon is the Meta translations portal and noticeboard. For general discussions about translations see the talk page.

আৰম্ভ কেনেকৈ কৰিব

যোগাযোগ

  • বেবীলনৰ আলোচনা-পৃষ্ঠা
    যদি অনুবাদৰ বিষয়ে আপোনাৰ প্ৰশ্ন, সন্দেহ, প্ৰস্তাৱ আৰু আন কিবা সুধিবলগীয়া আছে— এই পৃষ্ঠাত লিখক।
  • অনুবাদকৰ মেইলিং তালিকা
    আধিকাৰিক ৱিকিমিডিয়া অনুবাদকসকলৰ মেইলিং তালিকা। ছাইন আপ আৰু!
  • #ৱিকিমিডিয়া-অনুবাদ connect
    আধিকাৰিক অনুবাদকৰ আইআৰচি চেনেল। আপোনাক সহায়ৰ প্ৰয়োজন হ'লে, মাথোঁ কথা পাতিব বিচাৰিলে বা নতুন অনুৰোধ-সম্পৰ্কীয় আপডেটৰ বাবে আমাক ওচৰলৈ আহক!
  • অনুবাদকৰ বাতৰি-পত্ৰ
    মেইলিং তালিকাৰ বিকল্প, ৱিকিৰ ভিতৰুৱা বাতৰি-পত্ৰৰ সৈতে থাকে যিয়ে আপোনালৈ জাননী পঠিয়াব।

নতুন ব্যৱস্থাৰ সৈতে মেটা-ৱিকিত থকা সকলো অনুবাদৰ অনুৰোধ তালিকাভুক্ত কৰা স্বয়ংক্ৰিয়-যাদুকৰী পৃষ্ঠা (অনুবাদৰ এক্সটেনশ্যন-সম্পৰ্কীয় সহায় চাওক)।

পোনপটীয়া লিংকসমূহ:

অনুবাদক হ'বলৈ ছাইন আপ কৰক

ৱিকিমিডিয়া প্ৰকল্পত অনুবাদৰ বিষয়সমূহ

মেটা-ৱিকিত থকা সপ্তাহটোৰ অনুবাদ হৈছে ৱিকিপিডিয়াসমূহ ত নথকা প্ৰবন্ধসমূহ অনুবাদ কৰি যোগ কৰিবলৈ এটা প্ৰকল্প।

পুৰণি অনুবাদসমূহ সংগ্ৰহ কৰা আৰু কেতিয়াও অনুবাদ নোহোৱা বা কেৱল কপিৰাইট-যুক্ত অনুবাদ ইত্যাদি থকা উৎস গ্ৰন্থসমূহৰ বাবে নতুন অনুবাদ সৃষ্টি কৰাত বিভিন্ন ৱিকিউৎস ভাষাৰ ৱিকিৰ মাজত সমন্বয় বজাই ৰাখিবলৈ এক পদক্ষেপ। ইংৰাজী ৱিকিউৎসত আয়োজিত।

স্থানীয়কৰণৰ বিষয়ে

অনুবাদক আৰু বিকাশক দুয়োৰে বাবে স্থানীয়কৰণৰ বিষয়ে তথ্য MediaWiki.org স্থানীয়কৰণ পৃষ্ঠাত পোৱা যাব।

আপুনি আমিৰৰ ব্লগত কিছুমান উপযোগী কিটিপ পঢ়িব পাৰে।

দীৰ্ঘম্যাদী অনুবাদৰ কৌশল

আপুনি অনুবাদৰ কৌশল পৃষ্ঠাত অনুবাদৰ সৈতে কেনেদৰে কাম কৰিব লাগে সেই বিষয়ে ধাৰণাবোৰ পঢ়িব আৰু আলোচনা কৰিব পাৰে।


Basic information
Policies, resources, Meta site information
Meta
Info
Help
Wikimedia
Policies
Foundation
Groups,
forums
Site forums
Services
Groups
WMF projects
General
Closed
Organization and governance
Movement
strategy
Main pages
Forums
Wikimedia
Main
Current [2020s]
Committees
Governance
Grants,
resources
Grants
Knowledge
WMF Funds
Closed
Community groups, events, meetings
Collaborations
General
Affiliates
Networks, info, portals
Chapters
Events
Lists of events
Movement forums, external platforms, other sites
Communication
Platforms/apps
WMF sites
Overviews
Lists
Resources
Related links
General

AltStyle によって変換されたページ (->オリジナル) /