মেটা:বিষয়
- Afrikaans
- Bahasa Indonesia
- Bahasa Melayu
- Basa Bali
- Batak Toba
- Boarisch
- Chi-Chewa
- Cymraeg
- Deitsch
- Deutsch
- Deutsch (Sie-Form)
- Emiliàn
- English
- Esperanto
- Interlingue
- Kiswahili
- Kreyòl ayisyen
- Latina
- Lëtzebuergesch
- Malagasy
- Minangkabau
- Naijá
- Nederlands
- Oromoo
- Plattdüütsch
- Scots
- Soomaaliga
- Sunda
- Taclḥit
- Tiếng Việt
- Türkçe
- Yorùbá
- aragonés
- asturianu
- azərbaycanca
- bosanski
- català
- dansk
- eesti
- emiliàn e rumagnòl
- español
- euskara
- français
- hrvatski
- isiZulu
- italiano
- lietuvių
- magyar
- norsk bokmål
- occitan
- oʻzbekcha / ўзбекча
- polski
- português
- português do Brasil
- română
- shqip
- sicilianu
- slovenčina
- suomi
- svenska
- toki pona
- vèneto
- čeština
- ślůnski
- Ελληνικά
- Ποντιακά
- авар
- башҡортса
- беларуская
- български
- къырымтатарджа (Кирилл)
- кыргызча
- македонски
- русский
- српски / srpski
- татарча / tatarça
- тоҷикӣ
- українська
- Արեւմտահայերէն
- հայերեն
- ייִדיש
- עברית
- ئۇيغۇرچە / Uyghurche
- اردو
- العربية
- سنڌي
- عراقي
- فارسی
- مصرى
- پښتو
- अंगिका
- अवधी
- नेपाली
- भोजपुरी
- मगही
- मराठी
- मैथिली
- हिन्दी
- অসমীয়া
- বাংলা
- ਪੰਜਾਬੀ
- ગુજરાતી
- தமிழ்
- తెలుగు
- ಕನ್ನಡ
- മലയാളം
- සිංහල
- ไทย
- ລາວ
- བོད་ཡིག
- ပအိုဝ်ႏဘာႏသာႏ
- ဖၠုံလိက်
- ဘာသာမန်
- မြန်မာဘာသာ
- ქართული
- ትግርኛ
- አማርኛ
- ភាសាខ្មែរ
- ᱥᱟᱱᱛᱟᱲᱤ
- ⵜⴰⵎⴰⵣⵉⵖⵜ ⵜⴰⵏⴰⵡⴰⵢⵜ
- 中文
- 吴语
- 客家語 / Hak-kâ-ngî
- 日本語
- 粵語
- ꯃꯤꯇꯩ ꯂꯣꯟ
- 조선말
- 한국어
ৱিকিমিডিয়া মেটা-ৱিকি (সততে মেটা-ৱিকি বা কেৱল মেটা বুলি সংক্ষিপ্ত কৰা), ৱিকিমিডিয়া প্ৰকল্পসমূহৰ মাজত সমন্বয়ৰ বাবে এটা ৱিকিলৈ আপোনাক স্বাগতম।
উদ্দেশ্য
মেটাৰ তিনিটা সুকীয়া ভূমিকা আছে, যিবোৰ সম্পৰ্কিত যদিও প্ৰায়ে ব্যৱহাৰকাৰীৰ বিভিন্ন গোট জড়িত হৈ থাকে।
- ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ আলোচনা আৰু প্ৰণয়ন, বিশেষকৈ প্ৰকল্পসমূহৰ মাজত প্ৰাসংগিক নীতি আলোচনা, যেনে মুক্ত-সামগ্ৰী অনুজ্ঞাপত্ৰ। আলোচনাৰ কেন্দ্ৰীয় স্থান হৈছে ৱিকিমিডিয়া ফ'ৰাম। মূলতঃ ২০০৯ চনত অনুষ্ঠিত হোৱা কিছুমান উচ্চ পৰ্যায়ৰ আলোচনা ষ্ট্ৰেটেজি ৱিকিত বিভক্ত কৰা হৈছিল।
- ইংৰাজীৰ বাহিৰেও অন্য ভাষাত আলোচনাকে ধৰি ৱিকিমিডিয়া প্ৰকল্প আৰু সাধাৰণতে ৱিকিমিডিয়া আন্দোলন সম্পৰ্কে আন্তঃভাষিক (ক্ৰছ-ৱিকি) আৰু আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ স্থান। ইয়াৰ ভিতৰত অনুৰোধ (পেন-ৱিকিমিডিয়া বা অন্য ৱিকিৰ বাবে), অনুবাদ আৰু বাতৰি, আৰু ৱিকিমিডিয়া ফাউণ্ডেছন আৰু সংযুক্ত প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত বাস্তৱ জীৱনৰ কাৰ্য্যকলাপ আৰু তথ্যসমূহৰ বিৱৰণ, নথিপত্ৰ আৰু আলোচনা অন্তৰ্ভুক্ত। প্ৰতিবেদন, অনুষ্ঠান, আউটৰিচ, আৰু অনুদানও চাওক।
- ৱিকিমিডিয়া প্ৰকল্পৰ বিষয়ে ব্যক্তিগত ৰচনাৰ বাবে এখন মঞ্চ। যিহেতু এইবোৰ সাধাৰণতে নিৰপেক্ষ দৃষ্টিকোণৰ পৰা প্ৰদান কৰা নহয়, সেয়েহে TIPAESA বা ইয়াৰ উপগোট IPAৰ ব্যৱহাৰ কৰি একাধিক দৃষ্টিকোণৰ পৰা নিৰপেক্ষ বিষয়ৰ পৃষ্ঠাসমূহত সাৰাংশ দিব লাগে। ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ সৈতে কি সম্পৰ্কিত সেইটো নিৰ্ধাৰণ কৰাত কিছু পৰিমাণে স্বাধীনতা আছে, যাৰ ফলত মেটাকো এক প্ৰকাৰৰ "মিটবল" ৱিকি কৰি তোলা হয়, ৱিকি সংস্কৃতি আৰু আৰ্হিৰ দৰে বিষয়ৰ বিষয়ে আলোচনা কৰা। মিডিয়াৱিকিৰ নথিপত্ৰ এতিয়া প্ৰধানকৈ বাদ দিয়া হৈছে (তলত চাওক)। এই ভূমিকাত অধিক আনুষ্ঠানিক গৱেষণা আৰু আনুষংগিক আলোচনা অন্তৰ্ভুক্ত কৰা হয়।
শ্ৰেণীসমূহে মেটাৰ বিষয়বস্তুৰ এটা ডাঙৰ ছবিৰ প্ৰতিনিধিত্ব প্ৰদান কৰে।
মেটা কি নহয়
- বিভিন্ন ৱিকিপিডিয়াৰ পৰা শুধৰণি কৰিব নোৱাৰা প্ৰবন্ধৰ বাবে এটা নিষ্কাশন স্থান।
- যদি আপুনি নিজৰ ৱিকি নিৰ্মাণ কৰিব বিচাৰে তেন্তে ৱিকিপিডিয়াত ৱিকি চফ্টৱেৰৰ তালিকা চাওক।
- যদি আপুনি এটা ৱিকি-ভিত্তিক সম্প্ৰদায় বিচাৰিছে, তেন্তে ৱিকিপিডিয়াৰ অন্য ৱিকি সম্প্ৰদায়, বা MeatballWiki ৰ সম্প্ৰদায় তালিকা চাওক।
- যদি আপুনি বিনামূলীয়া ৱেবস্পেচ বিচাৰিছে, তেন্তে আপুনি ৱিকিপিডিয়াৰ ৱেব হ'ষ্টিং সেৱাত সেই বিষয়ে অধিক জানিব পাৰিব।
- মিডিয়াউইকি চফট্ ৱেৰৰ বৰ্ণনা কৰিবলৈ এটা ঠাই। এই চফট্ ৱেৰটোৰ নিজাকৈ ৱিকি আছে MediaWiki.org ত। এইবোৰৰ দৰে বিষয়বস্তু আৰু পৃষ্ঠা স্থানান্তৰ কৰিব লাগে।
সমুদায়
মেটাৰ কোনো সম্প্ৰদায় আছে নে নাই সেই বিষয়ে প্ৰায়ে আলোচনা কৰা হৈছে। নিশ্চিত কথাটো হ'ল যে ইয়াৰ নিজাকৈ কোনো সম্প্ৰদায় নাই যিটো ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সম্প্ৰদায়ৰ পৰা পৃথক: কোনোবাই কোৱাৰ দৰে, «a meta-project—existing for and about the other Wikimedia wikis, not as a content project to itself—a community of communities, rather than its own little island community»[1]
ইয়াৰ অৰ্থ এইটোও যে মেটাত বহুতো আলোচনা, প্ৰক্ৰিয়া আৰু অন্যান্য কাৰ্য্যকলাপ ঘটে, বিভিন্ন অংশগ্ৰহণকাৰী আৰু দায়িত্বত থকা লোকৰ সৈতে (যদি আছে)—উদাহৰণস্বৰূপে, বহুতোৰ মাজত, কিছুমান ৱিকিমিডিয়া সমিতি, দেৱান, অনুদানৰ বাবে WMFৰ কৰ্মচাৰী—: ইয়াৰে কোনোটোৱেই নহয়, আৰু সেইবোৰ সকলো, মেটা। মেটা হৈছে তেওঁলোকৰ অংশগ্ৰহণকাৰীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ স্থান আৰু আহিলা, সেইবোৰত এজন অভিনেতা নহয়; আৰু তাতোকৈ কম ক্ষমতা তেওঁলোকৰ ওপৰত।
কিন্তু সঁচা কথা ক'বলৈ গ'লে মেটাৰ বাবে এটা নিৰ্দিষ্ট সম্প্ৰদায় আছে: ই হৈছে এনে কিছুমান বা বহুতো কাৰ্য্যকলাপত নিয়মিতভাৱে সক্ৰিয় লোকৰ এটা দল (বিশেষকৈ "মালিনী"), যিয়ে মেটাৰ ওপৰৰ উদ্দেশ্যটো পূৰণ কৰাৰ প্ৰতি গুৰুত্ব দিয়ে।[2]
"মেটাউকিয়ান" (Metawikian) এটা শব্দ কেতিয়াবা ব্যৱহাৰ কৰা হয়, নিৰ্দিষ্ট "মেটা সম্প্ৰদায়"ৰ সদস্যক বুজাবলৈ। ই মেটাৰ নিয়মীয়াসকলৰ সম্প্ৰদায় যিয়ে মেটাত প্ৰায়েই সক্ৰিয় হয়, উদাহৰণস্বৰূপে ইয়াৰ বিষয়বস্তু পৃষ্ঠাসমূহত অৱদানকাৰী হিচাপে বা অন্য আলোচনা আৰু প্ৰক্ৰিয়াসমূহৰ সুবিধা প্ৰদানকাৰী হিচাপে।
আৰম্ভণি
ইংৰাজী ৱিকিপিডিয়াক কম খেলিমেলি কৰি তুলিবলৈ মেটা-ৱিকি প্ৰথম "মেটা-ৱিকিপিডিয়া" হিচাপে সৃষ্টি কৰা হৈছিল, প্ৰকৃত বিষয়বস্তুৰ বিপৰীতে (ৱিকিপিডিয়াৰ প্ৰবন্ধ) সকলো মেটা-সামগ্ৰী (ৱিকিপিডিয়াৰ ৱেবছাইট আৰু ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বিষয়ে বিষয়বস্তু) স্থানান্তৰিত কৰি, এটা নতুন ৱিকিলৈ। ৱিকিপিডিয়াৰ স্বনিৰ্বাচিত মিডিয়াউইকি চফ্টৱেৰলৈ উন্নীত হোৱাৰ পিছৰে পৰা মেটা সকলো ৱিকিমিডিয়া ভাষা সম্প্ৰদায়ৰ দ্বাৰা ব্যৱহাৰ কৰা বহুভাষিক আলোচনা মঞ্চত পৰিণত হৈছে। ৱিকিমিডিয়াৰ প্ৰকল্পসমূহ আৰু অনুবাদৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মেটাৰ পৰিসৰও বৃদ্ধি পালে। মেটাত ১৩৫,৯৩৫টা প্ৰবন্ধ আছে। ইয়াত বহুতো পুৰণি পৃষ্ঠা এতিয়াও ৱিকিপিডিয়াৰ বাবে নিৰ্দিষ্ট বুলি শব্দৰে লিখা হৈছে, কিন্তু তৰ্কসাপেক্ষভাৱে বহুতো এতিয়া সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে প্ৰযোজ্য।
মেটাৰ নীতিসমূহ
- মেটা:অন্তৰ্ভুক্তি নীতি
- মেটা:আঁতৰোৱাৰ নীতি
- নীতি আৰু নিৰ্দেশনা
- গোপনীয়তা নীতি
- দেৱান নীতি
- নতুন প্ৰকল্প নীতি (ঐতিহাসিক)
অধিক চাওক
- কাম-কাজ
- মেটা:Categories – মেটা-ৱিকিত ব্যৱহৃত শ্ৰেণী ব্যৱস্থাৰ পৰিচয়ৰ বাবে।
- মেটাৰ জেইটগেইষ্টএই যিকোনো মাহৰ মূল কাম-কাজৰ বিষয়ে এটা সূত্ৰ দিব পাৰে।
- মেটা:বেবেল টেমপ্লেট – মেটা ব্যৱহাৰকাৰীসকলৰ ভাষা দক্ষতা।
- মেটা:পৰিষ্কাৰ কৰা
- মেটা:মচি পেলোৱাৰ বাবে অনুৰোধ
- মেটা:মচি নেপেলোৱাৰ বাবে অনুৰোধ
- প্ৰকল্পৰ পৰ্টেলসমূহ – ৱিকিমিডিয়া প্ৰকল্প পৰ্টেলৰ এখন তালিকা।
- ৱিকিমিডিয়া ফাউণ্ডেছন আৰু ৱিকিমিডিয়া প্ৰকল্পসমূহ।
টোকাসমূহ
- ↑ Pathoschild, 29 September 2011ৰ পৰা অভিযোজিত।
- ↑ Anthere, 29 March 2006ৰ পৰা অভিযোজিত।; সাধাৰণ নীতিৰ বাবে অধিক চাওক: MeatBall:CommunityMember।