Tech/Server switch/as
- Afrikaans
- Bahasa Indonesia
- Bahasa Melayu
- Chavacano de Zamboanga
- Cymraeg
- Deutsch
- English
- Esperanto
- Ghanaian Pidgin
- Hausa
- Ido
- Ikinyarwanda
- Jaku Iban
- Kadazandusun
- Kiswahili
- Limburgs
- Lëtzebuergesch
- Nederlands
- Sassaresu
- Scots
- Sesotho
- Sunda
- Tagalog
- Tiếng Việt
- Türkçe
- Zazaki
- asturianu
- azərbaycanca
- brezhoneg
- català
- corsu
- español
- français
- galego
- hrvatski
- isiXhosa
- italiano
- kurdî
- latviešu
- lietuvių
- magyar
- norsk bokmål
- norsk nynorsk
- oʻzbekcha / ўзбекча
- polski
- português
- português do Brasil
- română
- shqip
- slovenčina
- slovenščina
- suomi
- svenska
- toki pona
- čeština
- Ελληνικά
- беларуская
- беларуская (тарашкевіца)
- гӀалгӀай
- македонски
- русский
- тоҷикӣ
- українська
- қазақша
- ייִדיש
- עברית
- العربية
- سنڌي
- فارسی
- مصرى
- کوردی
- ߒߞߏ
- नेपाली
- मराठी
- हिन्दी
- অসমীয়া
- বাংলা
- ગુજરાતી
- ଓଡ଼ିଆ
- தமிழ்
- తెలుగు
- ಕನ್ನಡ
- മലയാളം
- ไทย
- ລາວ
- ပအိုဝ်ႏဘာႏသာႏ
- ဘာသာမန်
- မြန်မာဘာသာ
- ရခိုင်
- მარგალური
- ქართული
- 中文
- 文言
- 日本語
- 粵語
- 閩南語 / Bân-lâm-gí
- ꠍꠤꠟꠐꠤ
- 한국어
আপোনাৰ ৱিকি কেৱল পঢ়িব পৰাকৈ থাকিব৷
এই বাৰ্তটো আন ভাষাত পঢ়ক • Please help translate to your language
ৱিকিমিডিয়া ফাউণ্ডেচনে নিজৰ ডাটা চেণ্টাৰসমূহৰ মাজৰ ট্ৰেফিকক সলনি কৰিব। ইয়াৰ দ্বাৰা নিশ্চিত হ'ব যে ৱিকিপিডিয়া আৰু অন্যান্য ৱিকিমিডিয়া ৱিকি কোনো দুৰ্যোগৰ পিছতো অনলাইন থাকিব পাৰে।
সকলো ট্ৰেফিক২৫ মাৰ্চ লৈ সলনি হ'ব। চুইচটো ১৫:০০ UTC ৰ পৰা আৰম্ভ হ'ব। (20:30 GMT+5:30)
দুৰ্ভাগ্যজনকভাৱে, মিডিয়াৱিকিত কিছু সীমাবদ্ধতাৰ বাবে, সালসনিৰ সময়ত সকলো সম্পাদনা বন্ধ হ'ব লাগিব। এই ব্যাঘাতৰ বাবে আমি ক্ষমা বিচাৰিছো আৰু ভৱিষ্যতে ইয়াক হ্ৰাস কৰাৰ বাবে আমি কাম কৰি আছো।
এই কাৰ্য্য সম্পন্ন হোৱাৰ 30 মিনিটৰ আগতে সকলো ৱিকিত এখন বেনাৰ প্ৰদৰ্শন কৰা হ'ব। This banner will remain visible until the end of the operation. You can contribute to the translation or proofreading of this banner text.
আপুনি ক্ষন্তেক সময়ৰ বাবে সকলো ৱিকি কেৱল পঢ়িবহে পাৰিব, সম্পাদনা কৰিব নোৱাৰিব।
- আপুনি বুধবাৰ ২৫ মাৰ্চ ২০২৬ ত এঘণ্টালৈকে সম্পাদনা কৰিব নোৱাৰিব।
- যদি আপুনি এই সময়ছোৱাত সম্পাদনা বা সংৰক্ষণ কৰাৰ চেষ্টা কৰে, আপুনি এটা ত্ৰুটি বাৰ্তা দেখিব। আমি কামনা কৰোঁ যে এই ক্ষণত কোনো সম্পাদনা নেহেৰাই যাতে, কিন্তু আমি ইয়াৰ নিশ্চয়তা দিব নোৱাৰো। যদি আপুনি ত্ৰুটি বাৰ্তাটো দেখে, তেন্তে অনুগ্ৰহ কৰি সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা পৰ্যন্ত অপেক্ষা কৰক। তাৰ পাছতহে আপুনি আপোনাৰ সম্পাদনা সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব পাৰিব। কিন্তু, আমি পৰামৰ্শ দিওঁ যে আপুনি প্ৰথমে আপোনাৰ পৰিৱৰ্তনৰ এটা প্ৰতিলিপি বনাই লব পাৰে।
অন্য প্ৰভাৱ:
- পটভূমিৰ কামবোৰ লেহেমীয়া হ'ব আৰু কিছু কাম তল পৰি যাব। ৰঙা লিংকবোৰ সোনকালে স্বাভাৱিকৰ দৰে আপডেট ন 'বও পাৰে। যদি আপুনি ইতিমধ্যে আন কৰবাত লিংক কৰা এটা প্ৰবন্ধ সৃষ্টি কৰে, তেন্তে লিংকটো স্বাভাৱিকতকৈ বেছি সময় ৰঙা হৈ থাকিব। দীঘলীয়া সময় ধৰি চলি থকা কিছুমান স্ক্ৰিপ্ত বন্ধ কৰিব লাগিব।
- আমি আশা কৰোঁ যে কোডৰ নিয়োজন আন যিকোনো সপ্তাহৰ দৰে হ'ব। অৱশ্যে, কিছুমান কেছ-বাই-কেছ ক'ড সময়ানুক্ৰমে ফ্ৰিজ হ'ব পাৰে যদি অপাৰেচনৰ পিছত সেইবোৰৰ প্ৰয়োজন হয়।
- GitLab প্ৰায় ৯০ মিনিটৰ বাবে উপলব্ধ নহ'ব।
প্ৰয়োজন হ'লে এই প্ৰকল্পটো পিছুৱাই দিয়া হ"ব পাৰে। আপুনি wikitech.wikimedia.org ত সূচী পঢ়িব পাৰে। যিকোনো পৰিৱৰ্তন সময়সূচীত ঘোষণা কৰা হ'ব।
অনুগ্ৰহ কৰি এই তথ্য আপোনাৰ সমাজৰ সৈতে ভাগ-বতৰা কৰক।