সপ্তাহটোৰ অনুবাদ
- Bahasa Indonesia
- Bahasa Melayu
- Cebuano
- Deutsch
- English
- Esperanto
- Kadazandusun
- Nederlands
- Plattdüütsch
- Tagalog
- Tiếng Việt
- Türkçe
- català
- dansk
- español
- français
- galego
- interlingua
- italiano
- latviešu
- lietuvių
- magyar
- norsk bokmål
- norsk nynorsk
- polski
- português
- português do Brasil
- română
- shqip
- srpskohrvatski / српскохрватски
- suomi
- svenska
- vèneto
- čeština
- Ελληνικά
- беларуская
- български
- русский
- српски / srpski
- татарча / tatarça
- українська
- հայերեն
- עברית
- اردو
- العربية
- فارسی
- مصرى
- کوردی
- मराठी
- हिन्दी
- অসমীয়া
- বাংলা
- ಕನ್ನಡ
- മലയാളം
- ไทย
- ລາວ
- ပအိုဝ်ႏဘာႏသာႏ
- မြန်မာဘာသာ
- አማርኛ
- ᱥᱟᱱᱛᱟᱲᱤ
- 中文
- 日本語
- ꯃꯤꯇꯩ ꯂꯣꯟ
- 한국어
এই পৃষ্ঠাখন সপ্তাহটোৰ ৱিকিপিডিয়া অনুবাদৰ বাবে।
প্ৰতি সপ্তাহত সোমবাৰৰ পৰা আৰম্ভ কৰি কোনো চমু প্ৰবন্ধ বা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ প্ৰথম অনুচ্ছেদটো বাছি লোৱা হয় যাতে তাক যিমান পাৰি সিমান ভাষালৈ (বিশেষকৈ সৰু সৰু ভাষালৈ) অনুবাদ কৰা হয়।
আদৰ্শ প্ৰাৰ্থীসমূহ ১) চমু, ২) অনুবাদ কৰাত সহজ, ৩) অন্য বিষয়ৰ সম্ভাৱ্য অনুবাদৰ দিশত আগুৱাই লৈ যায়। লক্ষ্য হৈছে আমাৰ হাতত থকা প্ৰতিটো ভাষাতে বিস্তৃত বিষয় সামৰি লোৱা। (লগতে চাওক: প্ৰস্তাৱিত সকলো ভাষাত থাকিবলগীয়া প্ৰবন্ধৰ তালিকা আৰু মিনিপিডিয়া, চমু প্ৰবন্ধৰ সংকলন সৃষ্টি কৰিবলৈ এটা প্ৰকল্প।)
অনুগ্ৰহ কৰি প্ৰতি সপ্তাহৰ অনুবাদ শেষ হোৱাৰ পিছত প্ৰবন্ধটোৰ আপোনাৰ ভাষাৰ সংস্কৰণৰ ৱিকিতথ্যত আন্তঃৱিকি সংযোগসমূহ আপডেট কৰিব যাতে সকলো ভাষা ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে।
আপুনি বেবীলন , ৱিকিমিডিয়াৰ অনুবাদ-সম্পৰ্কীয় কাৰ্য্যকলাপৰ কেন্দ্ৰত অন্য অনুবাদকসকলৰ সৈতে যোগাযোগ কৰিব পাৰে বা তেওঁলোকৰ পৰা সহায় বিচাৰিব পাৰে।
এইটো সপ্তাহ (৯)
এইটো সপ্তাহৰ বিজয়ী হ'ল en:Cooler Heads Coalition .
অনুগ্ৰহ কৰি ইয়াত অনুবাদসমূহ তালিকাভুক্ত কৰক।
বৰ্তমানৰ প্ৰাৰ্থীসমূহ
আপোনাৰ প্ৰিয় প্ৰাৰ্থীৰ কাষত নিজৰ নামটো লগাব, লগতে প্ৰবন্ধটোত থকা সম্ভাৱ্য লিংকবোৰো লগাব (আন কোনো কোনোৱেও সেইবোৰ অনুবাদ কৰিব বিচাৰিব পাৰে)। অনুগ্ৰহ কৰি /অনুবাদৰ প্ৰাৰ্থীসমূহত ভোট দিয়ক।
ব্যৰ্থ প্ৰাৰ্থীসমূহ /আঁতৰোৱা হৈছে-ত পোৱা যাব।
আগ্ৰহী অনুবাদকসকল
এই প্ৰকল্পত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী অনুবাদকসকলে নিজকে ইয়াত তালিকাভুক্ত কৰিব পাৰে। আপোনালোকৰ সহায়-সহযোগিতাৰ বাবে আগতীয়াকৈ ধন্যবাদ। যদি আপোনালোকে প্ৰতি সপ্তাহত আপোনালোকৰ আলোচনা-পৃষ্ঠালৈ সপ্তাহটোৰ অনুবাদ পঠিওৱাটো বিচাৰে, তেন্তে আপোনালোকে তলৰ বুটামটোৰে নিজকে তালিকাভুক্ত কৰিব পাৰে।
পূৰ্বৰ অনুবাদসমূহ (২০২৫)
- Week01: Uganda Railways Corporation (en) — 5 languages before + 1 increase
- Week02: Internment of Japanese Canadians (en) — 9 languages before + 1 increase
- Week03: Christmas seal (en) — 7 languages before + 1 increase
- Week04: 2010 Nagorno-Karabakh clashes (en) — 4 languages before + 2 increase
- Week05: Jinnah's birthday (en) — 3 languages before + 3 increase
- Week06: French conquest of Corsica (en) — 6 languages before + 3 increase
- Week07: Assassination of Spencer Perceval (en) — 6 languages before + 1 increase
- Week08: 2010 Malagasy constitutional referendum (en) — 4 languages before + 0 increase
- Week09: Cooler Heads Coalition (en) — 4 languages before