Jump to content
Wikimedia Meta-Wiki

Meta:Requests for deletion/Header/as

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Meta:Requests for deletion/Header and the translation is 86% complete.
Outdated translations are marked like this.
মোহাৰি দিয়া অনুৰোধসমূহ

এই পৃষ্ঠাৰ গৰাকী স্থানীয় (সেয়া, মেতা-ৱিকি) পৃষ্ঠাটো মোহাৰি পেলাবলৈ অনুৰোধ কৰিছে। global sysops বা stewards খৰখেদাকৈ মোহাৰা বাবে, চাওক Steward requests/Miscellaneous. যিকোনো ভাষাত এই পৃষ্ঠাত ব্যৱহাৰ কৰিব পাৰে. এই পৃষ্ঠাত মন্তব্য কৰাৰ আগতে, অনুগ্ৰহ কৰি পঢ়ক মোহৰাৰ নীতি , বিশেষভাৱে সোনকালে মোহাৰাৰ বাবে মাণদণ্ড, আৰু inclusion policy . টেম্পলেট {{RFD}} ঠাইত আপুনি মোহৰাৰ প্ৰস্থাৱ দিছে, আৰু তাৰ পাছত ইয়াৰ তলত উপযুক্ত অংশ সংযোগ কৰক। শিষ্টাচাৰৰ ৰূপত, আপুনি লিখনিটোৰ লিখক সকললৈ আপোনাৰ অনুৰোধৰ বিষয়ে জনাব পাৰে। প্ৰায় এসপ্তাহৰ পাছত, এজন এডমিনিষ্ট্ৰেটৰে বন্ধ কৰা আৰু সহমত বা সংখ্যাগৰিষ্ঠ সন্মতিৰ ভিত্তিত সিদ্ধান্ত লব।

লিখনি ক্ষীপ্ৰতাৰে মোহাৰিৰ পেলোৱাৰ অৰ্হতা লাভ কৰাৰ চিহ্নিত কৰিব লাগিব {{delete}} বা {{delete|reason}}, আৰু ইয়াত সুচীবদ্ধ কৰিব নালাগিব। (এইটোও চাওক ক্ষীপ্ৰতাৰে মোহৰাৰ প্ৰত্যাক্ষীসকল) উৎসবিহীন চিত্ৰ বুলি চিহ্নিত হব লাগিব{{no source}} আৰু ইয়াত সূচীবদ্ধ প্ৰয়োজন নহয়নোমোহাৰিবৰ বাবে অনুৰোধ কৰিবলৈ, চাওক #Requests for undeletion। চাওক Meta:Inclusion policy সাধাৰণসূচীৰ বাবে যি মেটা-ৱিকিৰ সম্বন্ধীয় নহয়।

আগৰ অনুৰোধ বোৰ সংগ্ৰহৃত. {{Deletion requests}} আগৰ RfDs মনত ৰাখিবলৈ কথা-বৰ্তা পৃষ্ঠাত যোগ দিব পাৰে

AltStyle によって変換されたページ (->オリジナル) /